Local, Vocal, Global

WATCH | Guwahati News: ULTRACARE DIAGNOSTIC চেণ্টাৰত কি পৰিস্থিতিৰ সম্মুখীন হ’ল মহিলা?

নিউজ ডেস্ক,৯মাৰ্চ : নাৰী দিৱসৰ দিনটোতে গুৱাহাটী মহানগৰীত মহিলাৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

ডাইগ’নেষ্টিক চেন্টাৰত মহিলা ৰোগীৰ গোপন ভিডিঅ’ CCTV ত বন্দী কৰাৰ অভিযোগ( Guwahati News)।

মহানগৰীৰ বেলতলাৰ ছাৰ্ভেত থকা ULTRACARE DIAGNOSTIC চেণ্টাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

এগৰাকী অধিবক্তা যুৱতীৰ ভাষ্য শুনিলে আপোনাৰো ভয় লাগিব এনে ডাইগ’নেষ্টিক চেন্টাৰত যাবলৈ।

লগতে পঢ়ক :WATCH | Moran News : মৰাণত পঞ্চদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লাইখুটা স্থাপন