Local, Vocal, Global

WATCH | Massive fire breaks out: বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

মৈৰাবাৰী,৯মাৰ্চ : মৈৰাবাৰীৰ বৰচাপৰিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ১০টাকৈ বাসগৃহ।

মৈৰাবাৰী ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চল বৰচাপৰিত আজি পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ।

পাকঘৰত জ্বলোৱা জুইৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে(Massive fire breaks out)।

অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে ১০টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে লগতে কেইবা লাখ টকাৰ সা সম্পত্তি জাহ যায়।

ইতিমধ্যে মৈৰাবাৰী অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।

লগতে পঢ়ক :WATCH | Mangaldoi News: মঙলদৈত কৈবত্ৰ সমাজৰ বিশাল শোভাযাত্ৰা