WATCH | Doom Dooma News: অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নং ৰিগৰ পৰা অহৰহ গেছ নিৰ্গত

ডুমডুমা,৯মাৰ্চ : মাকুম নগাজান আৰু তামুলীখাট গাঁৱৰ মাজত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নং ৰিগৰ পৰা আজি পুৱাই হঠাৎ অহৰহ গেছ নিৰ্গত হৈ চৌপাশে বিয়পি পৰে।
অইল ইণ্ডিয়াৰ অকমন্যৰ বাবে কথমপী ৰক্ষা পৰিল দুখনকৈ গাঁৱৰ ৰাইজ।
অইল ইণ্ডিয়াৰ গাফিলটিৰ বাবে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ(Doom Dooma News)।
ইতিমধ্যে উক্ত স্থানত অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় কৰ্তৃপক্ষই উপস্থিত হৈ ঘণ্টা যোৰা প্ৰচেষ্টাৰ অন্তত নিৰ্গত হোৱা গেছ বন্ধ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : WATCH | Jamugurihat News : বালিপৰাৰ বুঢ়াগাঁও চাহ বাগিচা খেলপথাৰত সজাগতা সভা সম্পন্ন