Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs: চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক

চতিয়া,৯মাৰ্চ : চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক ৷ চতিয়াৰ নাগশংকৰত যাত্ৰীবাহী গাড়ীত অভিযান চলাই চতিয়া আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে সৰবৰাহকাৰী দুটাক ৷

ধৃত সৰবৰাহকাৰী দুটাৰ নাম প্ৰেম ওৰাং আৰু বিশ্বজিত ৰাজগড় বুলি জানিব পৰা গৈছে ৷ জব্দকৃত গাঞ্জাখিনি ওদালগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিলৈ কঢ়িয়াই অনাৰ সময়তে চতিয়া আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা ৷

চতিয়া থানাৰ অ‘চি ত্ৰিলোচন দাসৰ নেতৃত্বত চলিছিল এই অভিযান(Drugs peddler arrested along with drugs)৷

লগতে পঢ়ক : WATCH | Mushalpur News: বাক্সাত শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩৭ সংখ্যক জন্ম জয়ন্তী পালন