Watch | Darang Traffic Inspector (MVI) suspended: দৰঙৰ যান-বাহন পৰিদৰ্শক (MVI) নিলম্বন

দৰং: দৰঙৰ MVI হেপী গগৈ নিলম্বন।দৰং জিলা যান-বাহন পৰিদৰ্শক MVI ক চাকৰিৰ পৰা নিলম্বন। দীৰ্ঘদিন ধৰি দৰঙৰ পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত চালকৰ পঞ্জীয়ন নথি পত্ৰ বনোৱাকে ধৰি বহুতো অভিযোগত নিলম্বন কৰে বিষয়া গৰাকীক। এই সন্দৰ্ভত দুমাহ পুৰ্বে ৰাজ্যিক পৰিবহণ বিভাগৰ উচ্ছ পদস্থ বিষয়া অনুসন্ধানৰ বাবে কাৰ্যালয়ত উপস্থিত হৈছিল।