Local, Vocal, Global

Watch | YouTuber Ranveer Allahbadia appeared at Guwahati Cyber Police Station for interrogation: গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ ৰনবীৰ এলাহবাদীয়া

গুৱাহাটী: গুৱাহাটীত উপস্থিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া। ‘ইণ্ডিয়াজ গট লেটেণ্ট’ গোচৰৰ তদন্তৰ অংশ হিচাপে অসম আৰক্ষীয়ে ৰনবীৰ আল্লাবাদিয়াক গুৱাহাটীত জেৰাৰ বাবে হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল আৰু ইয়াৰ পাছতে আজি ৰনবীৰ এলাহবাদীয়া উপস্থিত গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত।