WATCH | ADRE Results 2025 : আজি মাজনিশা ১২ বজাত ঘোষণা হ’ব এই পৰীক্ষাৰ ফলাফল
নিউজ ডেস্ক,৬মাৰ্চ : আজি মাজনিশা ১২ বজাত ঘোষণা হ’ব এই পৰীক্ষাৰ ফলাফল।
আৰু ৱেবছাইট দুটাত উপলভ্য হ’ব ফলাফল।
পৰীক্ষাৰ্থীয়ে ৰোল নাম্বাৰ আৰু পাছৱৰ্ড দি লাভ কৰিব ফলাফল(ADRE Results 2025)।
ফলাফল সম্পৰ্কীয় এই তথ্য সংবাদমেলযোগে সদৰী কৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে।
লগতে পঢ়ক : WATCH | Ashok Singhal : অৱশেষত ক্ষমা খুজিলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে