WATCH | Akhil Gogoi: ‘বিধানসভাত টোপনি মাৰিবলৈ অধ্যক্ষৰ পৰা অনুমতি ল’ব লাগিব’
নিউজ ডেস্ক,৬মাৰ্চ : ‘যদি মই প্ৰশ্ন কৰিব নাপাও,এনেই বহি থাকিব লাগে,’
‘ইফালে আকৌ পৰিক্ৰমা মন্ত্ৰীৰ আমনি লগা উত্তৰ,তাতে আৰু AC চলি থাকে’
‘সেইবুলি ভাবিছো বিধানসভাত টোপনি মাৰিবলৈ অধ্যক্ষৰ পৰা অনুমতি ল’ব লাগিবঃবিধায়ক(Akhil Gogoi)’
লগতে পঢ়ক:WATCH | Rangia News: ৰঙিয়া হৰিয়ানদাৱ ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ সফল সমাপ্তি