WATCH | Trump issues ‘last warning’ to Hamas: ইজৰাইলৰ পক্ষ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বৃহৎ ঘোষণা
নিউজ ডেস্ক,৬মাৰ্চ : ইজৰাইলৰ পক্ষ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বৃহৎ ঘোষণা
ট্ৰাম্পৰ নিৰ্দেশ নামানিলেই হামাছক নিঃশেষ কৰাৰ সকীয়নি
নাবাচিব এজনো এজনো হামাছৰ সৈনিক
হামাছক সকলো পণবন্দীক মুকলি কৰিবলৈ নিৰ্দেশ ট্রাম্পৰ
ট্রাম্পৰ নিৰ্দেশনা নামানিলেই হামাছক সম্পূৰ্ণৰূপে শেষ কৰাৰ কঠোৰ সকীয়নি ড’নাল্ড ট্রাম্পৰ(Trump issues ‘last warning’ to Hamas)
‘বন্দী কৰি ৰখা শ শ ইজৰাইলীক বিনা চৰ্তত মুকলি কৰিবলৈ দাবী ‘
‘সকলো ইজৰাইলীক মুকলি নকৰিলে শেষ হবলৈ সাজু থাকক হামাছ’
হামাছৰ আক্ৰমণত নিহত ইজৰাইলীৰ মৃতদেহো উভতাই দিয়াৰ সকীয়নি ট্রাম্পৰ
নির্দেশ নামানিলে হামাছৰ এজনো সেনা বাচি নাথাকিব বুলিও সকীয়াই দিলে ট্রাম্পে
ইজৰাইলৰ পক্ষ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ এই বৃহৎ ঘোষণা