Local, Vocal, Global

Watch | Fraud doctor: যোৰহাটত চিকিৎসকৰ প্ৰৱঞ্চনাৰ বলি হল চিকিৎসক

যোৰহাট: প্ৰৱঞ্চক দন্ত চিকিৎসক জোতিময় লহকৰ। যোৰহাট সদৰ আৰক্ষী থানাৰ আলহী। প্ৰৱঞ্চক চিকিৎসক জোতিময় পৰা বাছি নগল বহু ৱ্যৱসায়ী।চিকিৎসৰ এজাহাৰ ভিতিত আটক প্ৰৱঞ্চক জোতিময়। বহু যুৱকৰ লগতে চিকিৎসকৰ পৰা লাখ লাখ টকা প্ৰৱঞ্চনাৰে লুট-পাত কৰিছিল চিকিৎসক ৰূপী জোতিময়ে। লাখ লাখ টকা বিভিন্ন জনৰ পৰা কৌশলৰে লুট-পাত কৰিছিল চিকিৎসক গৰাকীয়ে। জানিব পৰা মতে যোৰহাট এখন প্ৰতিষ্ঠিত ব্যক্তিগত নাচিং হোমত কৰ্মৰত আছিল প্ৰবঞ্চক জোতিময় লহকৰ।