Local, Vocal, Global

WATCH | Gelakey News : গেলেকীৰ মুদি নগৰ চাহ বাগিচাৰ কৰ্তৃপক্ষৰ প্ৰশংসনীয় পদক্ষেপ

গেলেকী,৫মাৰ্চ : গেলেকীৰ মুদি নগৰ চাহ বাগিচাৰ কৰ্তৃপক্ষৰ প্ৰশংসনীয় পদক্ষেপ।

মুদি নগৰ বাগিছাৰ মালিক পক্ষৰ পদক্ষেপত উৎফুল্লিত হৈছে চাহ শ্ৰমিক

বাগনখনত ৯০ দিন ধাৰাবাহিকভাৱে কাম কৰা শ্ৰমিকক এটাকৈ মোবাইল ফোন ৮৫ দিন কাম কৰা সকলক একোটাকৈ ফিল্টাৰ আৰু ৮০ দিন ধাৰাবাহিকভাৱে কাম কৰা সকলক এটাকৈ পানী থোৱা পাত্ৰ প্ৰদান কৰা হয় ।

মুদি নগৰ চাহ বাগিছাৰ শ্ৰমিকসকলক বাগিছাখনত কাম কৰাত উৎসাহ প্ৰদান কৰিবলৈ মালিক পক্ষৰ তৰফৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হয়(Gelakey News)।

এই কাৰ্যসূচীত উপস্থিত আছিল বাগানখনৰ মূখ্য পৰিচালক সঞ্জয় তিৱাৰীৰ লগতে অন্যান্য বিষয়ববীয়া, অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সম্পাদক ভদ্ৰ ৰাজোৱাৰৰ লগতে মুদি নগৰ প্ৰাথমিক চাহ মজদুৰ সংঘৰ বিষয়ববীয়া।

লগতে পঢ়ক :WATCH | Sensational incident: চাপৰৰ শালকোচাত চাঞ্চ্যলকৰ ঘটনা