WATCH | Ashok Singhal : মিঞাৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী অশোক সিংহল
নিউজ ডেস্ক,৪মাৰ্চ : ‘এইবাৰ দোকান দিবলৈ মিঞাক নিদিব। আমাৰ ল’ৰাক দিব। আমাৰ উৎসৱত মিঞাৰ কি কাম?’
ঈদতটো আমাৰ ল’ৰা নোসোমায়।’ মিঞাৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী অশোক সিংহল(Ashok Singhal)।
ৰাজহুৱা সভাত এই বিতৰ্কিত মন্তব্য মন্ত্ৰীজনৰ।
লগতে পঢ়ক :WATCH | Assam Assembly: ‘১কোটি মিঞাক অপমান কৰিছে মন্ত্ৰী অশোক সিংহালে’