Local, Vocal, Global

WATCH | Assam Assembly: ‘১কোটি মিঞাক অপমান কৰিছে মন্ত্ৰী অশোক সিংহালে’

নিউজ ডেস্ক,৪মাৰ্চ : ‘১কোটি মিঞাক অপমান কৰিছে মন্ত্ৰী অশোক সিংহালে’

‘মিঞাৰ ওচৰত ক্ষমা খুজিব লাগিব অশোক সিংহালে’।

‘মিঞাক বিৰোধী, মিঞাক বেয়া পাওঁ কোৱা মন্ত্ৰী অশোক সিংঘালে মন্ত্ৰীত্বৰ যোগ্যতা হেৰুৱাইছে’।

মিঞা প্ৰসংগক লৈ উত্তপ্ত সদন(Assam Assembly)।

লগতে পঢ়ক : WATCH | Sherman Ali Ahmed : ‘আমাৰ একাংশ মন্ত্ৰী-বিধায়কে ভগৱানৰ নামত শপত খাই ভগৱানক অপমান কৰে’