WATCH | Himanta Biswa Sarma : ‘অশোক সিংঘলক ভাওনা চাব কিয় মাতিব লাগে’
নিউজ ডেস্ক,৪মাৰ্চ : অশোক সিংহলে ভাওনা সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma)।
‘মন্ত্ৰী অশোক সিংহলে তেনে মন্তব্য কৰিব বুলি নাভাবে মুখ্যমন্ত্ৰীয়ে’
‘আপোনালোকে মোক মাতিব লাগে অশোক সিংহলক কিয় মাতিব লাগে’
লগতে পঢ়ক :WATCH | Rupjyoti Kurmi: ‘বিধায়ক অখিল গগৈৰ মূৰত একো নাই’