Local, Vocal, Global

WATCH | Rupjyoti Kurmi: ‘বিধায়ক অখিল গগৈৰ মূৰত একো নাই’

নিউজ ডেস্ক,৪মাৰ্চ : ‘বিধায়ক অখিল গগৈৰ মূৰত একো নাই।

‘বিধানসভা, বিৰোধী ঐক্যমঞ্চৰ পৰা খেদা খোৱা অখিল গগৈয়ে এদিন শিৱসাগৰ সমষ্টিৰ পৰা খেদা খাব।’

অখিল গগৈৰ কিবা নিচা হৈ আছে’।

মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ(Rupjyoti Kurmi)।

লগতে পঢ়ক :WATCH | Dibrugarh News : সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ কৰ্মবিৰতি