WATCH | Teok News: সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ কৰ্মবিৰতি
টীয়ক,৪মাৰ্ট : সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ কৰ্মবিৰতি। ৰাজ্যৰ NHM কৰ্মীৰ কৰ্মবিৰতি। কেইবাটাও দাবীৰে তিনিদিনীয়াকৈ কৰ্মবিৰতি।
টীয়কৰ কাকজানত NHM কৰ্মচাৰী কৰ্ম বিৰতি । সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা NHM ঠিকা ভিত্তিক কৰ্মচাৰীয়ে আজি কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত আজিৰে পৰা দুটা দৰ্শকক ধৰি সেৱা আগবঢ়ায় আহিছে যদিও অসমৰ প্ৰায় ২৪ হাজাৰ কৰ্মচাৰী আজি পৰ্যন্ত দৰমহা নিয়মীয়া নোহোৱাৰ লগতে ,চাকৰি নিয়মীয়াকৰণ আৰু চৰকাৰী বিভিন্ন সূবিধাৰ পৰা বঞ্চিত হৈ আহিছে লগতে বীমা যোজনা, সমাহাৰত বেংক লোন ,অন্যান্য সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে(Teok News)।
লগতে পঢ়ক :WATCH | Duliajan News : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা