Local, Vocal, Global

WATCH | Dhemaji News : কাজিয়া মাটিত পকী পথ বিচাৰি ক্ষোভ প্ৰকাশ ৰাইজৰ

ধেমাজি,৪মাৰ্চ : কাজিয়া মাটিত পকী পথ বিচাৰি ক্ষোভ প্ৰকাশ ৰাইজৰ

সংবাদ মাধ্যমৰ যোগে ৰাজ্য মুখ্যমন্ত্ৰী চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক মুকুলবাৰি পৰা কাজিয়া মাটি হৈ গাদা তোলা প্ৰায় দুই কিলোমিটাৰ অধিক পথ টো নিৰ্বাচনৰ পূৰ্বে ৰাস্তাৰ সন্দৰ্ভত ব্যৱস্থা কৰিবলৈ দাবী জনাই ৰাইজে(Dhemaji News)।

লগতে পঢ়ক :WATCH | Sipajhar News: অগপৰ ভেটি শক্তিশালী কৰিবলৈ নেতা কৰ্মীক লগত লৈ চলাইছে কচৰৎ