WATCH | Guwahati News: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ ক্ষমতাৰ অপব্যৱহাৰ!
নিউজ ডেস্ক,৩মাৰ্চ : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ ক্ষমতাৰ অপব্যৱহাৰ!
কৰ্মচাৰীক চেণ্ডেলেৰে আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ(Guwahati News)।
প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ কাণ্ডক লৈ চাঞ্চল্য।
কেমেৰাত বন্দী হৈ ৰ’ল সমগ্ৰ দৃশ্য।
ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে এটা চাঞ্চল্যকৰ ভিডিঅ’।
কৰ্মচাৰীজনৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ।
দিছপুৰৰ বিধায়ক আৱাসতেই সংঘটিত এই ঘটনা।
লগতে পঢ়ক : WATCH | Cyber criminal arrested: অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল