Local, Vocal, Global

WATCH | Jakir Hussain Sikdar : ‘ভাৰতবৰ্ষ স্বাধীন কৰিছিল কংগ্ৰেছে’

নিউজ ডেস্ক,৩মাৰ্চ : ‘পৃথিৱী থাকে মানে ভাৰতীয় জাতীয় কংগ্ৰেছ থাকিব’।

‘ভাৰতবৰ্ষ স্বাধীন কৰিছিল কংগ্ৰেছে’।

‘ধৰ্ম নিৰপেক্ষ সকলক লৈ ২০২৬ত নিৰ্বাচন খেলাৰ সংকল্প লৈছে কংগ্ৰেছে’।

‘কিছু নেতাই আমাৰ নেতাক সংবাদমেল পাতি সমালোচনা কৰিছে’ ।

‘তথাপিও আমি একেলগে বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ কথা ভাবিছে’।

‘কংগ্ৰেছে সদায় মহানুভৱতাৰ প্ৰমাণ দি আহিছে’।

বিধানসভাৰ বাহিৰত বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ মন্তব্য(Jakir Hussain Sikdar)?

লগতে পঢ়ক:WATCH | Pijush Hazarika: ৰকিবুল হুছেইনৰ আক্ৰমণ সন্দৰ্ভত উত্তপ্ত সদন