Local, Vocal, Global

WATCH | Akhil Gogoi : ‘চৰকাৰে ঝুমুৰ পতাৰ বাবে চাহ বাগিচাৰ ৬ হাজাৰ শিক্ষাৰ্থী মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হ’ল’

নিউজ ডেস্ক,৩মাৰ্চ : পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান বিধায়ক অখিল গগৈৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ নহ’ল ৬,৭৫৬জন ছাত্ৰ-ছাত্ৰী। তাৰে ৬,০০০ আছিল চাহ বাগান অঞ্চলৰ, অধিকাংশই ছাত্ৰী। ‘ঝুমইৰ বিনন্দিনী’ত অংশগ্ৰহণ কৰিবলৈ আহিছিল ছাত্ৰ-ছাত্ৰীসকল। এখন কাকতত এই তথ্য প্ৰকাশৰ পাছতে খৰ্গহস্ত হৈ পৰে বিধায়কজন9Akhil Gogoi)।

‘চৰকাৰে ঝুমুৰ পতাৰ বাবে চাহ বাগিচাৰ ৬ হাজাৰ শিক্ষাৰ্থী মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হ’ল’। ‘ৰাজহুৱা বিবৃতি দিব লাগে হিমন্ত বিশ্ব শৰ্মাই’। বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ।

লগতে পঢ়ক :WATCH | North Guwahati News : উত্তৰ গুৱাহাটীত BCCI ১৯ বছৰ অনুৰ্দ্ধ মহিলা ক্ৰিকেট খেলৰ ব্যাপক প্ৰস্তুতি