WATCH | Assam Legislative Assembly Session : অসম বিধান সভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চম দিন
নিউজ ডেস্ক,৩মাৰ্চ : অসম বিধান সভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চম দিন
প্রশ্নোত্তৰ শিতানৰে আৰম্ভ সদনৰ কাম কাজ(Assam Legislative Assembly Session)
আজি সদনত উত্থাপন ৯ খন বিধেয়ক
ইয়াৰে ভিতৰত ৮ সংশোধনী বিধেয়ক, ১খন নতুন বিল