Local, Vocal, Global

WATCH | Viral Video :‘নলবাৰীৰ মানুহ মিঞাৰ তলত থাকে’

নিউজ ডেস্ক,২মাৰ্চ : ‘নলবাৰীৰ মানুহ মিঞাৰ তলত থাকে’

সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ’

নলবাৰীৰ মানুহক উদ্দেশ্যি অপমানসূচক মন্তব্য এজন ব্যক্তিৰViral Video)।

ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল অভিনেতা গকুল মহন্ত।

ব্যক্তিজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা লবলৈ আৰক্ষীলৈ আহ্বান ব্যক্তিজনৰ।

লগতে পঢ়ক : WATCH | Prasanta Phukan: ‘বিৰোধী দলকেইটা কেতিয়াও মিল হ’ব নোৱাৰে’-মন্ত্ৰী প্ৰশান্ত ফুকন