Local, Vocal, Global

WATCH | Prasanta Phukan: ‘বিৰোধী দলকেইটা কেতিয়াও মিল হ’ব নোৱাৰে’-মন্ত্ৰী প্ৰশান্ত ফুকন

নিউজ ডেস্ক,২মাৰ্চ : ‘বিৰোধী দলকেইটা কেতিয়াও মিল হ’ব নোৱাৰে’

‘কোনোবাই পূবলৈ আৰু কোনোবাই পশ্চিমলৈ চাইছে’

‘২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ ছিংগল ডিজিটতহে থাকিব’

‘হীৰেন গোহাঁইৰ প্ৰচেষ্টা সফল নহ’ব’

বিৰোধীক সমালোচনা মন্ত্ৰী প্ৰশান্ত ফুকনৰ(Prasanta Phukan)।

লগতে পঢ়ক:WATCH | MGNREGA Scheme: বৰক্ষেত্ৰীৰ কেকান-কাপলাবড়ী গাঁও পঞ্চায়তত MGNREGA আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি