Local, Vocal, Global

WATCH | RTI Activist Hitesh Deka Assaulted: RTI কৰ্মী হীতেশ ডেকাক দুৰ্বৃত্তৰ প্ৰহাৰ

নিউজ ডেস্ক,২মাৰ্চ : RTI কৰ্মী হীতেশ ডেকাৰ লগত চাঞ্চল্যকৰ কাণ্ড।

নিজৰ বাসগৃহৰ সন্মুখতে দুৰ্বৃত্তৰ প্ৰহাৰ হীতেশ ডেকাক(RTI Activist Hitesh Deka Assaulted)।

নিবাৰণ বৰা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ।

নিবাৰণ বৰাৰ কামক লৈ RTI কৰিছিল হীতেশ ডেকাই।

ঠিকাদাৰ নিবাৰণ বৰাই আক্ৰমণ কৰে ডেকাক।

RTIৰ তথ্যৰে বৰাৰ কেলেংকাৰি ফাদিল কৰিছে ডেকাই।

লগতে পঢ়ক :WATCH | Road Accident : ৰঙিয়া তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা;দুৰ্ঘটনাত থিতাতে নিহত ব্যৱসায়ী