WATCH | Mahbubul Haque : শ্ৰীভূমি জিলা কাৰাগাৰলৈ প্ৰেৰণ USTM ৰ আচাৰ্য মহবুবুল হকক
নিউজ ডেস্ক,২মাৰ্চ : ‘আপোনালোক মোৰ USTMলৈ আহক।”আপোনালোকে USTM ভালদৰে দেখাই নাই,। USTM ৰ ছাত্ৰ-ছাত্ৰীক দেখা নাই।আমাৰ আদৰ্শ দুখীয়া ল’ৰা-ছোৱালীৰ বাবে।’শ্ৰীভূমি জিলা কাৰাগাৰলৈ প্ৰেৰণ USTM ৰ আচাৰ্য মহবুবুল হকক( Mahbubul Haque)।
শ্ৰীভূমি জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মহবুবুল হকসহিতে আনকেইগৰাকী অভিযুক্তক। ৭ মাৰ্চলৈ কাৰাগাৰতে থাকিব লাগিব মহবুবুল হক।
ইপিনে, মহবুবুল হকৰ জামিন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব শুনানি। গোচৰটো সোমবাৰে নিষ্পত্তি কৰিব উচ্চ ন্যায়ালয়ে।
লগতে পঢ়ক:WATCH | Nagarbera News: ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি পাইছে মাছ-মাংসৰ চাহিদা