Local, Vocal, Global

WATCH | Jorhat News: যোৰহাটৰ ন্যায়াধীশ আদালতৰ চৌহদত মটৰচাইকেল চোৰ

যোৰহাট,১মাৰ্চ : যোৰহাটত ন্যায়াধীশ আদালততৰ চৌহদত হাতো লোটে কৰায়ত্ত মটৰচাইকেল চোৰ সঞ্জয় দাস ।

চোৰে দেখালে মটৰচাইকেল চোৰ কৰা কৌশল অন কেমেৰা(Jorhat News)।

বাইক মালিকৰ সন্মুখতেই লক ভাঙি চোৰ কৰিছিল মটৰচাইকেল খন।

ন্যায়াধীশ আদালতত চৌহদত থকা বহুলোকে কৰায়ত্ত কৰি যোৰহাট আৰক্ষীক গতাই দিলে মটৰচাইকেল চোৰ সঞ্জয় দাস।

লগতে পঢ়ক :WATCH | Ramadan 2025: ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী বাবে এটা ভাল খবৰ