WATCH | Ramadan 2025: ৰমজান মাহৰ প্রাকমূহুৰ্তত ইছলাম ধৰ্মী লোকসকললৈ ডাঙৰ খবৰ
নিউজ ডেস্ক,১মাৰ্চ : ৰমজান মাহৰ প্রাকমূহুৰ্তত ইছলাম ধৰ্মী লোকসকললৈ ডাঙৰ খবৰ।
দেশত ইছলামধৰ্মী লোকৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰিবলৈ আহি গ’ল নতুন আইন।
ইছলামো ফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা(Ramadan 2025)।
ইছলামৰ বিৰুদ্ধে এতিয়াৰে পৰা চলাব নোৱাৰিব অপপ্ৰচাৰ,ঘৃণা।
মুছলমানৰ ওপৰত ঘৃণা বিয়পোৱা কাৰ্য ৰোধৰ বাবেই।
নতুন আইন অনাৰ পোষকতা।
এনে কার্যক এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য কৰিব চৰকাৰে।
ইছলামো ফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ব্রিটেইন চৰকাৰৰ।
ৰাষ্ট্ৰসংঘয়ো এনে কাৰ্যক আইন বিৰোধী আৰু ধর্মীয় বিভেদ আখ্যা।
কঠোৰ আইন আনি ইছলাম সমাজক সুৰক্ষিত কৰাৰ স্বাৰ্থত। এই আইন আনিব চৰকাৰে ।
ইছলামো ফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ব্রিটেইন চৰকাৰৰ।
লগতে পঢ়ক :WATCH | Jorhat News: জীৱনৰ শেষ সময়খিনিত চিকিৎসক পুত্ৰলৈ পিতৃৰ ফোন