Local, Vocal, Global

WATCH | Jamugurihat News: শোণিতপুৰৰ চাৰিদুৱাৰত “উদলেণ্ড উৎসৱ” ৰ আয়োজন

জামুগুৰিহাট,১মাৰ্চ : শোণিতপুৰৰ চাৰিদুৱাৰত “উদলেণ্ড উৎসৱ” ৰ আয়োজন।

শোনিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰৰ সমীপৰ জীয়াভৰলী নদীৰ পাৰত দুদিনীয়াকৈ আয়োজন কৰিছে “উদলেণ্ড উৎসৱ” ৷ WEAVERS NEST নামৰ NGO টোৰ উদ্যোগত তথা BALIPARA FOUNDACTION ৰ সহযোগত আয়োজন কৰা এই উৎসৱৰ মূল উদ্দেশ্যে হৈছে “গ্ৰাম্য পৰ্যটন” ৰ প্ৰচাৰ আৰু প্ৰসাৰ৷ প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত আয়োজন কৰা এই উৎসৱত অঞ্চলটোৰ সকলো জনগোষ্ঠীৰৰ সাজপাৰ আৰু খাদ্য সম্ভাৰ ইয়াত প্ৰদৰ্শন কৰা হৈছে(Jamugurihat News)।

প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই উৎসৱত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম ঘটিছে।

লগতে পঢ়ক :WATCH | Poor Road Condition : এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে ঢেকীয়াজুলি সমষ্টিৰ দুখন গাঁৱৰ সহস্ৰাধিক ৰাইজক