Local, Vocal, Global

Bhupen Kumar Borah: কংগ্ৰেছৰে যোগাযোগ বহু বিজেপি নেতাৰ

নিউজ ডেস্ক,১মাৰ্চ : কংগ্ৰেছৰে যোগাযোগ বহু বিজেপি নেতাৰ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেইবাজনো নেতাই বিজেপি ত্যাগ কৰিব(Bhupen Kumar Borah)।

গেৰুৱা দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিবঃ ভূপেন বৰা।

লগতে পঢ়ক:WATCH | ONLINE TRADING SCAM : স্বপ্ননীলৰ ট্ৰেডিং কেলেংকাৰী পোহৰলৈ অনা আশ্ৰাফুলক গ্ৰেপ্তাৰ