Watch | Messive protest: বিলাসীপাৰাত গড়কাপ্তানী পথ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ
গুৱাহাটী: বাঙালীপাৰাৰ নতুন ফলিমাৰী গাওঁৰ এগৰাকী বৃদ্ধাক পৰিকল্পিতভাৱে চাৰি চকীয়া বাহনেৰ হত্যা কৰা অভিযোগ। গাওঁ খনৰ জহিৰুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ।মৃত্যু বৃদ্ধা জন মেহেৰ আলী বুলি জানিব পৰা গৈছে। মোস্ট ক্রিমিনাল জহিৰুল ইছলামৰ নিজৰ চাৰি চকীয়া বাহনেৰ হত্যা কৰি বিলাসীপাৰা থানাত আত্মসমৰ্পন।
ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে জহিৰুল ইছলামৰ বাসগৃহ অগ্নি সংযোগ কৰাৰ লগতে পথ অৱৰোধ কৰি ফাচিৰ দাবী উত্থাপন কৰে।দীৰ্ঘদিনৰ পৰাই জহিৰুল ইছলামে গাওঁ খনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।তাৰ বিৰুদ্ধে বিলাসীপাৰা থানাত একাধিক গোচৰ থকাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি ৰক্ষনা বেক্ষন দিয়াৰ অভিযোগ উত্থাপিত হৈছে।