WATCH | Water pipe explosion in Guwahati: গুৱাহাটী মহানগৰীত পুনৰ জলবিস্ফোৰণ
নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত পুনৰ জলবিস্ফোৰণ৷
পাণ্ডু কেবিনত ফুটিল পানীৰ পাইপ৷
পানীৰ পাইপ ফুটাৰ ফলত কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষতিসাধন(Water pipe explosion in Guwahati)।
কেইবাটাও বাসগৃহত সোমাই ভৰি পৰিছে পানীৰে।
লগতে পঢ়ক :Guwahati Accident: মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যু