Local, Vocal, Global

WATCH | Nalbari News: বৰক্ষেত্ৰীৰ কাপলাবড়ীত উন্মুক্ত ট্রেন্সফৰ্মা

নলবাৰী,২৭ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ১ নং – কাপলাড়ীত থকা এটা উন্মুক্ত ট্রেন্সফর্মা। ১ নং কাপলাবড়ীৰ মথাউৰিৰ মূল পথৰ দাঁতিতে আছে এই ট্রেন্সফৰ্মাৰটো।

মূলপথৰ কাষত থকা এই উন্মুক্ত ট্রেন্সফৰ্মাৰটোৰ কাষেৰেই নিতৌ অহা-যোৱা কৰে কণ কণ স্কুলীয়া ছাত্র-ছাত্রী(Nalbari News)।

ট্ৰেঞ্চফৰ্মাৰটোৱে যিকোনো মুহূর্তত কণ কণ ছাত্র-ছাত্ৰীসকলৰ বিপদ ঘটাব পাৰে।

লগতে পঢ়ক : WATCH | Sonari News: সোণাৰি বৰ নাগমঘৰৰ মণিকূটৰ লাইখোঁটা স্থাপন