Local, Vocal, Global

Assam earthquake: মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল ৰাজ্য

নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : ৰাজ্যত মাজনিশা ভূমিকম্প।

নিশা ২.২৫ বজাত অনুভূত ভূমিকম্প জোকাৰণি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.১।

ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলা(Assam earthquake)।

সমতলৰ পৰা ১৬কিলোমিটাৰ গভীৰতা আছিল ইয়াৰ উতপত্তি কেন্দ্ৰ।

ইফালে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ো কঁপাই যায় এই প্ৰচণ্ড ভূমিকম্পটোৱে।চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ,ভূটান,চীনটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।