Local, Vocal, Global

WATCH | Partbatjhara News: পৰ্বতঝোৰাৰ শিলভান শিৱমন্দিৰ উদ্ধোধন মুন মুন ব্ৰহ্মৰ

পৰ্বতঝোৰা,২৬ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন ঠাইত মহা শিৱৰাত্ৰী পূজা । শিৱৰাত্ৰী পূজাৰ লগত সংগতি ৰাখি আজি পৰ্বতঝোৰাৰ শিলভান শিৱমন্দিৰ উদ্ধোধন কৰে পৰ্বতঝোৰাৰ বি পি এফ দলৰ এম চি এলে মুন মুন ব্ৰহ্ম।

আজি উদ্বোধন কৰা শিৱমন্দিৰ খন পৰ্বতঝোৰাৰ টিপকাইৰ ৰতেন্দ্ৰনাথ ব্ৰহ্ম নামৰ সমাজ সেৱক ব্যক্তি জনে সম্পূৰ্ণ বাবে বনাই দিছে বুলি সচেতন ৰাইজে জানিবলৈ দিয়ে(Partbatjhara News)।

অতিকৈ প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে  সমাজ সেৱক ব্যক্তি জনে। পৰ্বতঝোৰাৰ এম চি এলে মুন মুন ব্ৰহ্ম অতিকৈ পাহাৰীয়া অঞ্চলৰ শিৱমন্দিত পূজা অৰ্চনা কৰি ৰাইজৰ মাজত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
আজি মহা শিৱৰাত্ৰি পূজা অৰ্থাৎ “শিৱৰ মহাৰাতি” হৈছে ভগৱান শিৱৰ সন্মানত প্ৰতি বছৰে পালন কৰা এক উল্লেখযোগ্য হিন্দু উৎসৱ।

লগতে পঢ়ক :WATCH | Maha Shivratri : ঐতিহাসিক নেঘেৰিটিং শিৱ দলত লক্ষাধিক ভক্তৰ সমাগম