Local, Vocal, Global

WATCH | Smart metre: স্মার্ট মিটাৰৰ পৰা ৰেহাই পাব অসমবাসীয়ে

নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : স্মার্ট মিটাৰৰ পৰা ৰেহাই পাব অসমবাসীয়ে

অসমবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ

টাটা গ্রুপে বিনামূলীয়াকৈ দিব বিদ্যুৎ

অসমৰ ৩ লাখ লোকৰ বাসগৃহত লগোৱা হ’ব বিনামূলীয়া ছ’লাৰ পেনেল(Smart metre)

এডভান্টেজ আছামত বৃহৎ ঘোষণা ৰতন টাটা গ্রুপৰ

আনুষ্ঠানিক ঘোষণা টাটা গ্রুপৰ

দুই এদিনৰ ভিতৰতে এই আঁচনিৰ অংশীদাৰী হ’ব অসমৰ জনতা

অসমৰ প্ৰতিঘৰ লোকৰে বিদ্যুৎ বিল হ’ব শূন্য

ৰতন টাটাৰ নাথাকিলেও অসমৰ বাবে টাটা গ্ৰুপৰ অধ্যক্ষৰ বৃহৎ ঘোষণা

লগতে পঢ়ক :WATCH | Maha Shivratri : ছিপাঝাৰৰ পূৰণবাৰী বুঢ়াগোসাঁই নৱনিৰ্মিত মণিকূটত শিৱৰাত্ৰি পূজা উদযাপন