Local, Vocal, Global

WATCH | Maha Shivratri : ধেমাজি বিষ্ণু মন্দিৰৰ চৌহদত থকা ঐতিহাসিক শিৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ

ধেমাজি,২৬ফেব্ৰুৱাৰী : আজি মহাশিৱৰাত্ৰি। ভক্তি আৰাধনাৰে মুখৰ শিৱমন্দিৰসমূহ। মহা শিৱৰাত্ৰি উপলক্ষে পূব বৰদলনি সাৰ্বজনীন ত্ৰিনয়ন ধামত হাজাৰ হাজাৰ ভক্তৰ ভিৰ ।

পূব বৰদলনি সাৰ্বজনীন ত্ৰিনয়ন ধামত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহা শিৱপূজা পৰিবেশ(Maha Shivratri)।

ধেমাজি বিষ্ণু মন্দিৰৰ চৌহদত থকা ঐতিহাসিক শিৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ।

লগতে পঢ়ক :WATCH | Nalbari News: বৰক্ষেত্ৰীত ডিজিটেল ইণ্ডিয়াৰ ফোঁপোলা স্বৰূপ