Local, Vocal, Global

WATCH | Maha Shivratri : আজি মহা শিৱৰাত্ৰী

শিৱসাগৰ,২৬ফেব্ৰুৱাৰী : আজি মহা শিৱৰাত্ৰী।

সমগ্ৰ দেশৰ লগতে ঐতিহাসিক শিৱসাগৰতো ২৫ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী পূজা আৰু মেলা ।

আজি দ্বিতীয়টো দিন । দ্বিতীয় দিনাও অগনন ভক্তৰ সমাগম ঘটিছে ঐতিহাসিক শিৱসাগৰত(Maha Shivratri)।

লোকে লোকাৰণ্য হৈ পৰিছে ঐতিহাসিক শিৱসাগৰ ।

পুৱাৰ পৰা আৰম্ভ হৈছে জলধলা পৰ্ব ।

লগতে পঢ়ক :WATCH | Advantage Assam :’Advantage Assam 2.0′-ৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমক সম্বোধন