Local, Vocal, Global

WATCH | Jagiroad News: জাগীৰোডৰ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত ছিংগাপুৰৰ ৰাষ্ট্ৰদূত

জাগীৰোড,২৬ফেব্ৰুৱাৰী : জাগীৰোডৰ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত ছিংগাপুৰৰ ৰাষ্ট্ৰদূত। উপস্থিত ছিংগাপুৰৰ উচ্চপদস্থ ব্যৱসায়িক প্ৰতিনিধিৰ দলো। প্ৰকল্পস্থলী পৰিদৰ্শন টাইৱান, মালয়েছিয়াৰ প্ৰতিনিধি দলৰ। দক্ষিণ কোৰিয়া প্ৰতিনিধি দলেও পৰিদৰ্শন কৰে প্ৰকল্পস্থলী(Jagiroad News)।

এই দৰ্শনে বিশ্বমানদণ্ডৰ ছেমিকণ্ডাক্টৰ উদ্যোগত টাটাৰ অৱদান আৰু ভাৰতৰ আত্মনিৰ্ভৰশীল প্রযুক্তিগত লক্ষ্যক আগবঢ়োৱা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে স্বীকৃতি দিয়ে। লগতে, আন্তৰাষ্ট্ৰীয় সহযোগিতা আৰু বিনিয়োগৰ সম্ভাৱনা অধিক দৃঢ় কৰিবলৈ এই দৰ্শন সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক:WATCH | Jagiroad News: জাগীৰোডৰ সিন্ধিশৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন