WATCH | Drugs peddler arrested along with drugs: মাকুমত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
ডুমডুমা,২৬ফেব্ৰুৱাৰী : মাকুমত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।মাকুম আৰক্ষী থানাৰ অন্তৰ্গত ৩নং ছট হাপজান আৰু ২নং ছট হাপজান গাঁৱত অভিযান চলাই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজন ক্ৰমে ৰাহুল চাহু,ৰোহিত চাহু আৰু ৰাজেশ প্ৰজা বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)।
অভিযান কালত ৭টা কন্টেইনাৰ সহ ০৮.১৪ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰে । অধিক তথ্যৰ বাবে মাকুম আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক :WATCH | Maha Shivratri: উত্তৰ গুৱাহাটীৰ এখন ব্যতিক্ৰমী শিৱ পূজা