Local, Vocal, Global

WATCH | Maha Shivratri: মহা শিৱৰাত্ৰি উপলক্ষে চতিয়াৰ ঐতিহাসিক নাগশংকৰৰ দেৱালয়ত শিৱ ভক্তৰ ভিৰ

চতিয়া,২৬ফেব্ৰুৱাৰী : আজি মহাশিৱৰাত্ৰি। ভক্তি আৰাধনাৰে মুখৰ শিৱমন্দিৰসমূহ

চতিয়াৰ ঐতিহাসিক নাগশংকৰৰ দেৱালয়ত শিৱ ভক্তৰ ভিৰ।

শিৱৰাত্ৰী উপলক্ষ্যে চতিয়াৰ ঐতিহাসিক শিৱপিঠ নাগশংকৰৰ দেৱালয়ত পুৱাৰ পৰাই দেখা গ’ল অগণণ শিৱ ভক্তৰ ভিৰ। পুৱাই শৰাই শলিতা নৈবেদ্য আগবঢ়াই ভক্তই নিজৰ মনোবাঞ্চা পূৰণ কৰাৰ বাবে দেৱালয়ত পূজা আগবঢ়োৱা দেখা পোৱা গ’ল।ইফালে শিৱৰাত্ৰী উপলক্ষ্যে দেৱালয়ত বাহিৰত অনুষ্ঠিত হোৱা মেলাতো উপস্থিত থাকে অসংখ্য লোক(Maha Shivratri)।

লগতে পঢ়ক:WATCH | Jagiroad News: জাগীৰোডৰ গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱ থানত শিৱৰাত্ৰি পালন