Local, Vocal, Global

WATCH | Jagiroad News: জাগীৰোডৰ গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱ থানত শিৱৰাত্ৰি পালন

জাগীৰোড,২৬ফেব্ৰুৱাৰী : আজি মহাশিৱৰাত্ৰি। ভক্তি আৰাধনাৰে মুখৰ শিৱমন্দিৰসমূহ

জাগীৰোডৰ গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱ থানত শিৱৰাত্ৰি পালন(Jagiroad News)।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো শিৱ মন্দিৰ সমূহত শিৱৰাত্ৰি পালন কৰা হৈছে ৷ জাগীৰোডৰ গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানত আজি আৰু কাইলৈ উদযাপন কৰা হৈছে মহা শিৱৰাত্ৰি। ৰাতি পুৱাৰ পৰা মন্দিৰত ভক্তপ্ৰাণ লোক সকলে ভিৰ কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : WATCH | Poor Conditions of Roads: যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী;কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?