Local, Vocal, Global

Watch | Jorhat thief: চুৰি মটৰচাইকেলৰ গোচৰ দিবলৈ আহি যোৰহাট পুলিবৰ আৰক্ষী হাতত গ্ৰেপ্তাৰ গোলাঘাটৰ তিনি গভাইট চোৰ

গুৱাহাটী: এখন মটৰচাইকেল চুৰি হোৱা বুলি পুলিবৰ আৰক্ষীক দিছিল গোছৰ চোৰৰ দলটোৱে৷ পুলিবৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তদন্তত ওলাই পৰিল জুলঙা মেকুৰি৷চোৰ হোৱা নাছিল মটৰচাইকেল খন ,আৰক্ষী হাতত গ্ৰেপ্তাৰ হোৱা তিনি যুৱকে লুকুৱাই ৰাখিছিল মটৰচাইকেল খন ৷জানিব পৰা মতে তিনি গভাইট চোৰে আৰক্ষী চকুত ধুলি দি চুৰি হোৱা গোছৰ পঞ্জীয়ন কৰি ইঞ্চুৰেঞ্চ প্ৰতিষ্ঠানক ঠগ প্ৰৱঞ্চনাৰ কৰা ষড়যন্ত্ৰ কৰিছিল চোৰ কেইটাই ৷গভাইট চোৰ আমজিদ আলি ,ঘৰ( আধাৰসত্ৰ গোলাঘাট )বুবুটি গগৈ (বেটিয়নি গোলাঘাট )ৰূপজোতি শইকীয়া, (দেৰগাঁও আফুৱা গাঁও )বৰ্তমান ৰজাঘৰৰ আলহী তিনি যুৱক ৷