Local, Vocal, Global

Mahashivratri 2025 : কাইলৈ মহা শিৱৰাত্ৰি পূজা

অভয়াপুৰী,২৫ফেব্ৰুৱাৰী : কাইলৈ মহা শিৱৰাত্ৰি পূজা। শিৱৰাত্ৰি উপলক্ষে অভয়াপুৰীৰ ঐতিহাসিক শিৱমন্দিৰত প্ৰস্তুতি তুংগত।

অভয়াপুৰী আঞ্চলিক শিৱপূজা সমিতিৰ উদ্যোগত প্ৰায় ২০০ বছৰীয়া শিৱমন্দিৰত ৫ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শিৱপূজা আৰু মহামেলা। বৰ্তমান চলি থকা পৰীক্ষাৰ বাবে উচ্চ প্ৰাৱল্যৰ শব্দ ব্যৱহাৰৰ পৰা বিৰত থকা আৰু সাংস্কৃতিক সন্ধিয়া ১ মাৰ্চত অনুষ্ঠিত হ’ব বুলি আয়োজক সমিটিয়ে জানিবলৈ দিয়ে(Mahashivratri 2025)।

লগতে পঢ়ক :WATCH | Jorhat News: যোৰহাট নপমুৱা গাঁৱৰ এগৰকী দুৰ্ভগীয়া মহিলা