WATCH | PM Narendra Modi:গুৱাহাটীত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : গুৱাহাটীত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বিহাৰৰ পৰা বায়ু সেনাৰ বিশেষ বিমান যোগে উপস্থিত বৰঝাৰ বিমানবন্দৰত(PM Modi Lands In Guwahati Ahead)।
বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনাই অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইবাগৰাকী মন্ত্ৰীয়ে।
বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সৰুসজাইলৈ ৰাওনা প্ৰধানমন্ত্ৰী(PM Narendra Modi)।
বিশাল কনভয়েৰে সৰুসজাইলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ঝুমুৰ নৃত্যৰ লগতে Advantage Assam 2.Oৰ কাৰ্যসূচীত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে।
লগতে পঢ়ক :WATCH | Bishwanath News: বিশ্বনাথ নগৰৰ বি.জি ৰোডত অবৈধ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক