WATCH | Amazon Sailfin Catfish: কাছাৰৰ কাটিগড়াত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ
কাছাৰ,২৪ফেব্ৰুৱাৰী : কাছাৰৰ কাটিগড়াত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ।
বৰাক নৈত মাছমৰীয়াৰ জালত উঠিল মাছটো।
মাছমৰীয়াৰ জালত উঠিল আমাজন চেইলফিন কেটফিছ(Amazon Sailfin Catfish)।
লগতে পঢ়ক :WATCH | Phani Bhusan Choudhury:’নাৰীক কিদৰে সন্মান কৰিব লাগে বদৰুদ্দিন আজমলে নাজানে ‘