Local, Vocal, Global

WATCH | PM Kisan Samman Nidhi Yojana: PM Kisan আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ

নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : PM Kisan আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ

২৪ ফেব্ৰুৱাৰীত অর্থাৎ আজিৰ দিনটোতে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন(PM Kisan Samman Nidhi Yojana)

আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ১৯ নং কিস্তিৰ ধন

কৃষকৰ একাউণ্টত সোমাব ২ হাজাৰকৈ

১৯ নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক e-KYC

e-KYC সম্পূর্ণ নকৰিলে বঞ্চিত হ’ব ১৯ নং কিস্তি লাভৰ পৰা

যোগ্য কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে অনলাইন, অফলাইন

আৰু চি এছ চি কেন্দ্ৰৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে

পি এম কিষাণ আঁচনিৰ বাবে ইয়াৰ ডেডিকেটেড ম’বাইল এপৰ জৰিয়তেও আবেদন কৰিব পাৰে

ভূমিৰ অধিকাৰী সকলো কৃষক পৰিয়ালে এই PM Kisanআঁচনিৰ সুবিধা লাভ কৰিব পাৰে

লগতে পঢ়ক:WATCH | Foreign Minister S.Jaishankar visits Kaziranga National Park: আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে