WATCH | Gossaigaon News: তুলসীবিল বজাৰত নতুনকৈ বজাৰৰ শুভ উদ্বোধন
গোসাইগাওঁ,২৪ফেব্ৰুৱাৰী : ব্যৱসায়িক সকলোৰ সুবিধাৰ্থে তুলসীবিল বজাৰত নতুনকৈ বজাৰ শুভ উদ্বোধন(Gossaigaon News)।
উল্লেখ যে, কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত তুলসীবিল বজাৰত ঠাই কম হোৱাৰ বাবে ব্যৱসায়িক সকলোৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নিজ ভূমিত তথা থানাৰ সন্মূখত শুভাম্ভনী কৰিলে আখতাৰুজ জামান ওৰফে ৰেজা। শুভ উদ্বোধন অনুষ্ঠানত অঞ্চলটোৰ বুদ্ধিজীৱী, সমাজ সেৱক, ছাত্ৰ সংগঠনৰ কৰ্মীসকলে ভাগ লয়।
লগতে পঢ়ক:WATCH | Drugs peddler arrested along with drugs: ৰঙিয়াত জব্দ বুজন পৰিমাণৰ গাঞ্জা;আটক সৰবৰাহকাৰী