Local, Vocal, Global

WATCH | Hajo News: নলবাৰীৰ বৰভাগত কংগ্ৰেছৰ গড়াখহনীয়া

হাজো,২৪ফেব্ৰুৱাৰী : নলবাৰীৰ বৰভাগত কংগ্ৰেছৰ গড়াখহনীয়া

বৰভাগৰ সংখ্যলঘু অঞ্চল ৰাইমাধাত বিজেপিৰ কৰ্মী সভা

এই সভাত তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ BJPত যোগদান(Hajo News)

কংগ্ৰেছ নেতা জীয়াউৰ হকৰ নেতৃত্বত গেৰুৱা শিবিৰলৈ আহিল তিনি শতাধিক কংগ্ৰেছ কৰ্মী

যোগদান কাৰ্য্যসূচীত উপস্থিত আছিল প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা

লগতে পঢ়ক :WATCH | Dhubri News: ধুবুৰী চহৰৰ পার্শ্ববর্তী অঞ্চল হালগৰাত গঢ়ি উঠিছিল অবৈধ প্ৰতিষ্ঠান