WATCH | Debabrata Saikia: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দিল্লীলৈ তলব কৰা সন্দৰ্ভত – দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,২৩ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দিল্লীলৈ তলব কৰা সন্দৰ্ভত – দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
“বিতৰ্ক কৰি মূল বিষয় সমূহৰ পৰা জনগণক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে”
“অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ এটি সঞ্চালকালয় হৈছে ভাষা প্ৰয়োগ সঞ্চালকালয়। ইয়াৰ কাৰ্যালয়টো ক’ত আছে?” – দেৱব্ৰত শইকীয়া(Debabrata Saikia)
লগতে পঢ়ক:WATCH | Fire breaks out in train coach: শিলচৰ- তিনিচুকীয়া এক্সপ্ৰেছত অগ্নিকাণ্ড