Local, Vocal, Global

WATCH | Akhil Gogoi: ‘বক্রপথেৰে যদি চাকৰি লৈছে তেন্তে বৰ্খাস্ত কৰিব লাগে মোৰ পত্নীক’ : অখিল গগৈ

নিউজ ডেস্ক,২৩ফেব্ৰুৱাৰী : ‘বক্রপথেৰে যদি চাকৰি লৈছে তেন্তে বৰ্খাস্ত কৰিব লাগে মোৰ পত্নীক’

‘বৰ্খাস্ত কৰি মোৰ পত্নী গীতাশ্রী তামুলীক প্ৰেৰণ কৰিব লাগে জে’ললৈ’

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক চেলেঞ্জ বিধায়ক অখিল গগৈৰ

‘গীতাশ্ৰীৰ চাকৰিৰ সময়ত যদি অনিয়ম হৈছিল পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শর্মাই’

‘কাৰণ সেই সময়ত হিমন্ত বিশ্ব শর্মা আছিল ৰাজ্যৰ শিক্ষা মন্ত্রী’

‘ব্যৱস্থা ল’ব লাগে ইণ্টাৰভিউ ব’ৰ্ডত থকা ৪ ব্যক্তিৰ বিৰুদ্ধেও’

‘তেতিয়া অখিল গগৈৰ পত্নী হোৱাৰ বাবে যোগদান কৰিব দিয়া নাছিল চাকৰিত’

‘তেতিয়াৰ শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ইণ্টাৰভিউৰ সকলো ফাইল দিছিল তৰুণ গগৈক’

‘তাৰ পিছতে কোনো বিসংগতি নাপাই চাকৰিত যোগদান কৰিবলৈ দিছিল গীতাশ্রীক’

পত্নীৰ চাকৰি বিতর্কক লৈ পুনৰ গৰজি উঠিল অখিল গগৈ(Akhil Gogoi)

লগতে পঢ়ক :WATCH | Assam Weather : শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী